Friday, 20 November 2020
Thursday, 19 November 2020
19 November, 2020 এতিয়া পকাধান চপোৱাৰ বতৰ ৷ এনে সময়তে পকা ধানৰ মলমলনিৰে উত্ৰাৱল কৰে বণ্যহস্তি জাকক নুমলীগড়ত প্ৰতিদিনে অব্যাহত আছে হাতী মানুহৰ সংঘাত । ভাঙিচিঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ।কথমপী প্ৰাণ ৰক্ষা পৰিল বহুকেইগৰাকী লোকৰ ।নুমলীগড়ত দিনে নিশাই অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । যোৱা নিশা হাতীৰ জাকে নুমলীগড়ৰ মিৰিপথাৰ,ঢলাগুৰি অঞ্চলত প্ৰৱেশ কৰি ওৰে নিশা চলাই উপদ্ৰৱ । হাতীৰ বৃহৎ জাকে নিশাৰ পৰা পুৱা পৰ্যন্ত খাই গচকী তহিলং কৰিলে কৃষকে বহু কষ্টৰে কৰা শালি ধানৰ খেতি পথাৰ । লগতে মিৰিপথাৰ এলেকাত ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ । ওৰে নিশা গাঁও বাসী সকলে উজাগৰে থাকি হাতে হাতে ,বমা,ফটকা জুই লৈ পহৰা দিব লগা হয় নিজৰ খেতি দৰাৰ লগতে নিজৰ ঘৰ খন । খবৰ লবলৈ আহৰি নাই বন বিভাগৰ । এনেদৰেই এতিয়া নুমলীগড়ত দৈনিক অব্যাহত আছে হাতী মানুহৰ সংঘাত । কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট NORTHEAST NEWS INDIA
19 November, 2020
এতিয়া পকাধান চপোৱাৰ বতৰ ৷ এনে সময়তে পকা ধানৰ মলমলনিৰে উত্ৰাৱল কৰে বণ্যহস্তি জাকক
নুমলীগড়ত প্ৰতিদিনে
অব্যাহত আছে হাতী মানুহৰ সংঘাত । ভাঙিচিঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ ।কথমপী প্ৰাণ ৰক্ষা পৰিল বহুকেইগৰাকী লোকৰ ।নুমলীগড়ত দিনে নিশাই অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । যোৱা নিশা হাতীৰ জাকে নুমলীগড়ৰ মিৰিপথাৰ,ঢলাগুৰি অঞ্চলত প্ৰৱেশ কৰি ওৰে নিশা চলাই উপদ্ৰৱ । হাতীৰ বৃহৎ জাকে নিশাৰ পৰা পুৱা পৰ্যন্ত খাই গচকী তহিলং কৰিলে কৃষকে বহু কষ্টৰে কৰা শালি ধানৰ খেতি পথাৰ । লগতে মিৰিপথাৰ এলেকাত ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ । ওৰে নিশা গাঁও বাসী সকলে উজাগৰে থাকি হাতে হাতে ,বমা,ফটকা জুই লৈ পহৰা দিব লগা হয় নিজৰ খেতি দৰাৰ লগতে নিজৰ ঘৰ খন । খবৰ লবলৈ আহৰি নাই বন বিভাগৰ । এনেদৰেই এতিয়া নুমলীগড়ত দৈনিক অব্যাহত আছে হাতী মানুহৰ সংঘাত ।
কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট
NORTHEAST NEWS INDIA
Wednesday, 18 November 2020
18 November, 2020 : সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইন পদত্যাগ । জিলাৰ বাতৰি দিওতা গোলাঘাট সদৌ অসম সন্থাৰ সহকাৰি সাধাৰণ সম্পিদক মনোৱাৰ হুছেইনে সোমবাৰে সন্ধিয়া আছূৰ পৰা পদত্যাগ কৰে ৷ তেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি/সাধাৰণ সম্পাদকলৈ পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত তেও উল্লেখ কৰে যে যোৱা ৫ বছৰে সদৌ অসম ছাত্র সন্থাত চলোৱা মাফিয়াৰাজত অতিষ্ঠ হৈ এই সিদ্ধান্তলোৱা হল ৷ তেও উল্লেখ কৰেযে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনক দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈ নিজৰ ৰাজনৈতিক অভিষ্ঠ সিদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে এই কাম কাজৰ বিৰোধীতা কৰিলে বাএনে বিৰোধীতা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক / সভাপতি লক্ষ্য হৈ পৰে ছাত্র সন্থাৰ নিষ্ঠাবান কৰ্মী । অসম জাতীয় পৰিষদ আৰু ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে লক্ষ্য হৈ পৰাৰ অভিযোগ তুলিছে মনোৱাৰ হুছেইনে । তেও বিগত ২৩ বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী আছিল । গোলাঘাট জিলা ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাত ভৰি দিছিল মনোৱাৰ হুছেইনে । মনোৱাৰৰ পদত্যাগয়ে অৰাজনৈতিক চৰিত্ৰ বুলি দাবীকৰা সংগঠনটোৰ আন এটা গোপন দিশ প্ৰকাশ কৰিলে ৷সদৌ অসম ছাত্ৰসন্থাৰ সহকাৰি সম্পাদক মনোৱাৰ হুছেইনে সোমবাৰে পদত্যাগৰ কৰাৰ পিছত গোলাঘাট জিলা ছাত্ৰসন্থাই মনোৱাৰ হুছেইনলৈ প্ৰেৰণ কৰা এখন সকীয়নি পত্ৰ এতিয়া মৱাইলত ভাইৰেল হৈছে ৷ আৰু গোলাঘাট জিলা ছাত্ৰসন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালে এনেদৰে মন্তব্য কৰিলে :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA
18 November, 2020
: সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইন পদত্যাগ ।
জিলাৰ বাতৰি দিওতা গোলাঘাট
সদৌ অসম সন্থাৰ
সহকাৰি সাধাৰণ সম্পিদক মনোৱাৰ হুছেইনে সোমবাৰে সন্ধিয়া আছূৰ পৰা পদত্যাগ কৰে ৷ তেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি/সাধাৰণ সম্পাদকলৈ পদত্যাগ প্ৰত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত তেও উল্লেখ কৰে যে যোৱা ৫ বছৰে সদৌ অসম ছাত্র সন্থাত চলোৱা মাফিয়াৰাজত অতিষ্ঠ হৈ এই সিদ্ধান্তলোৱা হল ৷ তেও উল্লেখ কৰেযে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনক দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈ নিজৰ ৰাজনৈতিক অভিষ্ঠ সিদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে এই কাম কাজৰ বিৰোধীতা কৰিলে বাএনে বিৰোধীতা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক / সভাপতি লক্ষ্য হৈ পৰে ছাত্র সন্থাৰ নিষ্ঠাবান কৰ্মী । অসম জাতীয় পৰিষদ আৰু ছাত্ৰ সন্থাক একাকাৰ কৰি কাম নকৰাৰ বাবে লক্ষ্য হৈ পৰাৰ অভিযোগ তুলিছে মনোৱাৰ হুছেইনে । তেও বিগত ২৩ বছৰ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী আছিল । গোলাঘাট জিলা ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাত ভৰি দিছিল মনোৱাৰ হুছেইনে ।
মনোৱাৰৰ পদত্যাগয়ে অৰাজনৈতিক চৰিত্ৰ বুলি দাবীকৰা সংগঠনটোৰ আন এটা গোপন দিশ প্ৰকাশ কৰিলে ৷সদৌ অসম ছাত্ৰসন্থাৰ সহকাৰি সম্পাদক মনোৱাৰ হুছেইনে সোমবাৰে পদত্যাগৰ কৰাৰ পিছত গোলাঘাট জিলা ছাত্ৰসন্থাই মনোৱাৰ হুছেইনলৈ প্ৰেৰণ কৰা এখন সকীয়নি পত্ৰ এতিয়া মৱাইলত ভাইৰেল হৈছে ৷ আৰু গোলাঘাট জিলা ছাত্ৰসন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালে এনেদৰে মন্তব্য কৰিলে :: প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA
18 November, 2020 মাত্ৰ ডেৰবিঘা মাটিতেই জাতিলাও খেটিৰে স্বাৱলম্বী হৈছে দুজন কৃষক । গোলাঘাটৰ শগুণপাৰাত ডেৰবিঘা মাটিতেই জাতিলাও খেতি আৰম্ভণি কৰিছিল কুঁহিয়াৰবাৰীৰ নিৰন নাথ আৰু জান্তু মহন্তই। শগুনপাৰা বিলৰ পাৰৰ সাৰুৱা ভূমীত দুই কৃষকে চৰকাৰি কোনো সাহায্য নোপোৱাকৈ উৎপাদন কৰা জাতিলাও প্ৰতিটোত ২৫ ৰ পৰা ২৭ টকাকৈ বিক্ৰী কৰি সপ্তাহত লাভ কৰে পাচঁহেজাৰৰো অধিক টকা ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বনৰীয়া হাতীয়ে ধাহি মুহি শেষ কৰে, সেয়েহে নিশা টঙীঘৰত থাকি উজাগৰে কৃষি কৰ্মত ব্যস্ত থাকে নিৰন ;জান্তু ; খগেন ছেত্ৰীৰ দৰে কৃষক সকল ৷ এওঁলোকৰ উৎপাদিত ফচলত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গৰু আৰু ছাগলীৰ গোৱৰ ; দিয়া হয় বাবেই গ্ৰাহকৰ সংখ্যাও সৰহ ৷ স্থানীয় ওৱাটিংৰ দেওবৰীয়া বজাৰ৷ ; গোলাঘাট চহৰ আদিৰ লগতে যোৰহাট শিৱসাগৰ তিনিচুকীয়া আদিলৈও বেপাৰীয়ে বিক্ৰীৰ বাবে নিয়ে এওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ :: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
18 November, 2020
মাত্ৰ ডেৰবিঘা মাটিতেই জাতিলাও খেটিৰে স্বাৱলম্বী হৈছে দুজন কৃষক ।
গোলাঘাটৰ শগুণপাৰাত ডেৰবিঘা মাটিতেই জাতিলাও খেতি আৰম্ভণি কৰিছিল কুঁহিয়াৰবাৰীৰ নিৰন নাথ আৰু জান্তু মহন্তই। শগুনপাৰা বিলৰ পাৰৰ সাৰুৱা ভূমীত দুই কৃষকে চৰকাৰি কোনো সাহায্য নোপোৱাকৈ উৎপাদন কৰা জাতিলাও প্ৰতিটোত ২৫ ৰ পৰা ২৭ টকাকৈ বিক্ৰী কৰি সপ্তাহত লাভ কৰে পাচঁহেজাৰৰো অধিক টকা ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বনৰীয়া হাতীয়ে ধাহি মুহি শেষ কৰে, সেয়েহে নিশা টঙীঘৰত থাকি উজাগৰে কৃষি কৰ্মত ব্যস্ত থাকে নিৰন ;জান্তু ; খগেন ছেত্ৰীৰ দৰে কৃষক সকল ৷ এওঁলোকৰ উৎপাদিত ফচলত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গৰু আৰু ছাগলীৰ গোৱৰ ; দিয়া হয় বাবেই গ্ৰাহকৰ সংখ্যাও সৰহ ৷ স্থানীয় ওৱাটিংৰ দেওবৰীয়া বজাৰ৷ ; গোলাঘাট চহৰ আদিৰ লগতে যোৰহাট শিৱসাগৰ তিনিচুকীয়া আদিলৈও বেপাৰীয়ে বিক্ৰীৰ বাবে নিয়ে এওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ :: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট
NORTHEAST NEWS INDIA
Tuesday, 17 November 2020
17 November, 2020*লখিমপুৰ অগ্নিকাণ্ড* Date :- 17/11/2020 লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ ভস্মীভূত লখিমপুৰ কমলাবাৰী পথৰ কুলিমালি গাঁৱত ঘংঘটিত হৈছে এই অগ্নিকাণ্ড কপিল উদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ঘৰৰ সকলোবোৰ বস্ত জ্বলি ছাই হয়। ঘৰত কোনো নথকা অৱস্থাতে সংঘতিত হয় এই অগ্নিকাণ্ড। চৎছাৰ্কীটতৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা।লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news india
17 November, 2020
*লখিমপুৰ অগ্নিকাণ্ড* Date :- 17/11/2020
লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ ভস্মীভূত লখিমপুৰ কমলাবাৰী পথৰ কুলিমালি গাঁৱত ঘংঘটিত হৈছে এই অগ্নিকাণ্ড কপিল উদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ঘৰৰ সকলোবোৰ বস্ত জ্বলি ছাই হয়। ঘৰত কোনো নথকা অৱস্থাতে সংঘতিত হয় এই অগ্নিকাণ্ড। চৎছাৰ্কীটতৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news india
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...