Tuesday, 13 October 2020
Monday, 12 October 2020
12 October, 2020 ফৰকাটিং আৱকাৰীৰ নতুন নিয়ম অভিযানৰ ভিডিঅ ; ফটো উঠোৱাত নিষেধাজ্ঞা হয় ৷ আপুনি ঠিকেই শুনিছে ৷ গোলাঘাটৰ আৱকাৰী বিভাৰ এজন শীৰ্ষ বিষয়া জীৱন চন্দ্ৰ ফুকন ঘোচখোৱাৰ অপৰাধত হাতেলোতে ধৰাপৰি জেলভাত খোৱাৰ পিছতো শিক্ষালোৱা নাই বিভাগটোৰ একাংশ বিষয়াই ৷ এইবাৰ আৱকৰী বিভাগৰ ফৰকাটিং এলেকাত এলেকাত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ৷ বিভাগটোৰ সহ; পৰিদৰ্শক এইজন নৰেণ মণ্ডলে ৷ শনিবাৰে এই নিয়ম পালন কৰি আমাৰ দায়ীত্বশীল সাংবাদিকক বাতৰি সংগ্ৰহ কৰা সময়ত তৰ্ক বিতৰ্কত লীপ্ত হোৱাৰ লগতে ভিডিঅ আৰু ফটো তোলাত বাধা দিয়ে ৷ হাতীগড় মাটিখোলাত প্ৰতি শনিবাৰে এখন বজাৰ বহে ৷ কালি ফৰকাটিংৰ আৱকাৰী বিভাগে দিনৰ ভাগৰেপৰা চি আৰ পি বাহিনীক লগত লৈ বিভিন্ন ঠাইত অবৈধ চুলাইমদৰ বিৰুদ্ধে অভিযান চলায় আৰু ৩৯০০ লিটাৰ চুলাই তৈয়াৰী পাচ আৰু ৬০লিটাৰ চুলাইমদ নষ্ট কৰে ৷ এইখিনলৈকে সকলো ঠিকেই আছিল ৷ ইয়াৰ পিছতেই সহ পৰিদৰ্শক নৰেন মণ্ডলে চি আৰ পিৰ দলটোক একাষৰীয়া কৰি হাতীগড় মাটিখোলাৰ সাপ্তাহিক বজাৰৰ উমেশ কুৰ্মীৰ দোকানত অভিযান চলাই বহু পৰিমাণৰ বিলাতী সুৰা থকাটো নিশ্চিত কৰে আৰু কুৰ্মীৰ ঘৰতো অভিযান চলায় তাতো বিলাতীসুৰা বহু পৰিমানে জব্দকৰে ৷ আৱকাৰীৰ এই অভিযানৰ খবৰ পাই আমাৰ সাংবাদিক পাৰ্থপ্ৰতীম শইকীয়া সেই স্থানত উপস্থিত হৈ ফটো আৰু ভিডিঅ’ কৰোতে নৰেন মণ্ডল নামৰ বিষয়া জনে সাংবাদিক গৰাকীক ফটো তোলাত বাধা দি পৰিচয় বিচাৰে ৷ শইকীয়াই নিজৰ পৰিচয় জনোৱাৰ লগতে ডিঙিত সাংবাদিকৰ পৰিচয়পত্ৰ খনো আৰি লৈছিল ৷ পৰিচয় পোৱাৰ পিছত বিষয়া গৰাকী অধিক আত্মক্ৰাত্মক হৈ উচ্চবাচ্য কৰি সাংবাদিক শইকীয়াৰ সৈতে তৰ্কযুদ্ধত লীপ্ত হয় ৷ পিছত বিষয়াজনৰ সহযোগী আৰু ৰাইজৰ হস্তক্ষেপত বিষয়াজন দল বল লৈ আতৰি যায় ৷ এই ঘটনা প্ৰচাৰ হোৱাৰ লগেলগে গোলাঘাটৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ বিষয়টো লগেলগে গোলাঘাটৰ আৱকাৰী অধীক্ষক মানৱী দাসক তিনাটা প্ৰমাণিক ভিডিঅ’ সহ অৱগত কৰোৱাৰ পিছত তদন্ত আৰম্ভ কৰিছে আৰু৷ ধুৰন্ধৰ বিষয়াৰ দ্বাৰা অপমানিত হোৱা পাৰ্থপ্ৰতীম শইকীয়া সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজু ৰ গোলাঘাট জিলা সমিতিৰ সহ সম্পাদকৰ দায়ীত্বত আছে ৷ নিজ দায়ীত্ব পালন কৰা সাংবাদিক তথা বিষয়ববীয়া গৰাকীক এনেদৰে অপমান কৰাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ ; সম্পাদক নকুল তালুকদাৰে উদিগ্নতা প্ৰকাশ কৰা লগতে এগৰাকী কতব্যৰত সাংবাদিকক আক্ৰমণ কৰা ঘটনাক গৰিহনা দিয়ে গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰকাশ শৰ্মা আৰু সম্পাদক দিব্যজ্যোতি হাজৰিকাই তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি দোষী বিষয়াজনৰ বিৰুদ্ধে তৎকালেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ এই ঘটনাত জাঙুৰখাই উঠিছে বিভিন্ন দল সংগঠনো ৷ শাসকীয় বিজেপি দলৰ এজন বলিষ্ঠনেতা বিজেপিৰ ৰাজ্যিক কায্যনিব্বাহকৰ সদস্য তথা ৰাজ্যিক ক্ষুদ্ৰ চাহ কোষৰ সহ আহ্বায়ক দেৱজিৎ বৰা আৰু ৰাজ্যিক সদস্য অশোক বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়যে গণতন্ত্ৰৰ চতুৰ্থস্তম ওপৰতহোৱা এনে আক্ৰমণ অতি গৰিহনাযোগ্য ৷ এনে বিষয়াৰ ওপৰত উচিত তদন্তকৰি শাস্তিদিবলাগে ৷ গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি অংশুমান বৰুৱা আৰু সম্পাদক বিশ্বজিৎ গগৈ ;নাৰায়নী সেনাৰ মুখ্য সেনাধ্যক্ষ মিণ্টু বৰা আৰু উপ সেনাধ্যক্ষ শৰৎ তামুলী ; জামুগুৰি প্ৰেছক্লাৱ ; কোচ যুৱ পৰিষদৰ মুখপত্ৰ নিৰ্মল দত্ত ; উপ সভাপি অৰ্জুন ৰায় ;কৃষকমুক্তি সংগ্ৰাম সমিতি আটচাৰ ফৰকাটিং উপশাখা যুৱ অধিবক্তা প্ৰতুল বৰবৰা ; যুবনেতা ; সমাজ কৰ্মী প্ৰকাশ বৰা আদিয়ে তীব্ৰ গৰিহণা দিছে ৷ :: নিউজ ডেস্ক ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
12 October, 2020
ফৰকাটিং আৱকাৰীৰ নতুন নিয়ম অভিযানৰ ভিডিঅ ; ফটো উঠোৱাত নিষেধাজ্ঞা
হয় ৷ আপুনি ঠিকেই শুনিছে ৷
গোলাঘাটৰ আৱকাৰী বিভাৰ এজন শীৰ্ষ বিষয়া জীৱন চন্দ্ৰ ফুকন ঘোচখোৱাৰ অপৰাধত হাতেলোতে ধৰাপৰি জেলভাত খোৱাৰ পিছতো শিক্ষালোৱা নাই বিভাগটোৰ একাংশ বিষয়াই ৷ এইবাৰ আৱকৰী বিভাগৰ ফৰকাটিং এলেকাত এলেকাত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ৷ বিভাগটোৰ সহ;
পৰিদৰ্শক এইজন নৰেণ মণ্ডলে ৷ শনিবাৰে এই নিয়ম পালন কৰি আমাৰ দায়ীত্বশীল সাংবাদিকক বাতৰি সংগ্ৰহ কৰা সময়ত তৰ্ক বিতৰ্কত লীপ্ত হোৱাৰ লগতে ভিডিঅ আৰু ফটো তোলাত বাধা দিয়ে ৷ হাতীগড় মাটিখোলাত প্ৰতি শনিবাৰে এখন বজাৰ বহে ৷ কালি ফৰকাটিংৰ আৱকাৰী বিভাগে দিনৰ ভাগৰেপৰা চি আৰ পি বাহিনীক লগত লৈ বিভিন্ন ঠাইত অবৈধ চুলাইমদৰ বিৰুদ্ধে অভিযান চলায় আৰু ৩৯০০ লিটাৰ চুলাই তৈয়াৰী পাচ আৰু ৬০লিটাৰ চুলাইমদ নষ্ট কৰে ৷ এইখিনলৈকে সকলো ঠিকেই আছিল ৷ ইয়াৰ পিছতেই সহ পৰিদৰ্শক নৰেন মণ্ডলে চি আৰ পিৰ দলটোক একাষৰীয়া কৰি হাতীগড় মাটিখোলাৰ সাপ্তাহিক বজাৰৰ উমেশ কুৰ্মীৰ দোকানত অভিযান চলাই বহু পৰিমাণৰ বিলাতী সুৰা থকাটো নিশ্চিত কৰে আৰু কুৰ্মীৰ ঘৰতো অভিযান চলায় তাতো বিলাতীসুৰা বহু পৰিমানে জব্দকৰে ৷ আৱকাৰীৰ এই অভিযানৰ খবৰ পাই আমাৰ সাংবাদিক পাৰ্থপ্ৰতীম শইকীয়া সেই স্থানত উপস্থিত হৈ ফটো আৰু ভিডিঅ’ কৰোতে নৰেন মণ্ডল নামৰ বিষয়া জনে সাংবাদিক গৰাকীক ফটো তোলাত বাধা দি পৰিচয় বিচাৰে ৷ শইকীয়াই নিজৰ পৰিচয় জনোৱাৰ লগতে ডিঙিত সাংবাদিকৰ পৰিচয়পত্ৰ খনো আৰি লৈছিল ৷ পৰিচয় পোৱাৰ পিছত বিষয়া গৰাকী অধিক আত্মক্ৰাত্মক হৈ উচ্চবাচ্য কৰি সাংবাদিক শইকীয়াৰ সৈতে তৰ্কযুদ্ধত লীপ্ত হয় ৷ পিছত বিষয়াজনৰ সহযোগী আৰু ৰাইজৰ হস্তক্ষেপত বিষয়াজন দল বল লৈ আতৰি যায় ৷ এই ঘটনা প্ৰচাৰ হোৱাৰ লগেলগে গোলাঘাটৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ বিষয়টো লগেলগে গোলাঘাটৰ আৱকাৰী অধীক্ষক মানৱী দাসক তিনাটা প্ৰমাণিক ভিডিঅ’ সহ অৱগত কৰোৱাৰ পিছত তদন্ত আৰম্ভ কৰিছে আৰু৷ ধুৰন্ধৰ বিষয়াৰ দ্বাৰা অপমানিত হোৱা পাৰ্থপ্ৰতীম শইকীয়া সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজু ৰ
গোলাঘাট জিলা সমিতিৰ সহ সম্পাদকৰ দায়ীত্বত আছে ৷ নিজ দায়ীত্ব পালন কৰা সাংবাদিক তথা বিষয়ববীয়া গৰাকীক এনেদৰে অপমান কৰাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ ; সম্পাদক নকুল তালুকদাৰে উদিগ্নতা প্ৰকাশ কৰা লগতে এগৰাকী কতব্যৰত সাংবাদিকক আক্ৰমণ কৰা ঘটনাক গৰিহনা দিয়ে গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰকাশ শৰ্মা আৰু সম্পাদক দিব্যজ্যোতি হাজৰিকাই তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি দোষী বিষয়াজনৰ বিৰুদ্ধে তৎকালেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ এই ঘটনাত জাঙুৰখাই উঠিছে বিভিন্ন দল সংগঠনো ৷ শাসকীয় বিজেপি দলৰ এজন বলিষ্ঠনেতা বিজেপিৰ ৰাজ্যিক কায্যনিব্বাহকৰ সদস্য তথা ৰাজ্যিক ক্ষুদ্ৰ চাহ কোষৰ সহ আহ্বায়ক দেৱজিৎ বৰা আৰু ৰাজ্যিক সদস্য অশোক বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়যে গণতন্ত্ৰৰ চতুৰ্থস্তম ওপৰতহোৱা এনে আক্ৰমণ অতি গৰিহনাযোগ্য ৷ এনে বিষয়াৰ ওপৰত উচিত তদন্তকৰি শাস্তিদিবলাগে
৷ গোলাঘাট আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি অংশুমান বৰুৱা আৰু সম্পাদক বিশ্বজিৎ গগৈ ;নাৰায়নী সেনাৰ মুখ্য
সেনাধ্যক্ষ মিণ্টু বৰা আৰু উপ সেনাধ্যক্ষ শৰৎ তামুলী ; জামুগুৰি প্ৰেছক্লাৱ ; কোচ যুৱ পৰিষদৰ মুখপত্ৰ নিৰ্মল দত্ত ; উপ সভাপি অৰ্জুন ৰায় ;কৃষকমুক্তি সংগ্ৰাম সমিতি আটচাৰ ফৰকাটিং উপশাখা যুৱ অধিবক্তা প্ৰতুল বৰবৰা ; যুবনেতা ; সমাজ কৰ্মী প্ৰকাশ বৰা আদিয়ে তীব্ৰ গৰিহণা দিছে ৷ :: নিউজ ডেস্ক ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
Sunday, 11 October 2020
Saturday, 10 October 2020
10 October, 2020 পঞ্জিকামতে এইবাৰ কাতিমাহৰ একতাৰিখ অৰ্থাৎ নৱৰাত্ৰি দিনাৰ পৰাই আৰম্ভণি হৈছে শক্তি আৰাধ্যা দেৱী দুৰ্গা পুজা ৷ এইবাৰৰ পৰিবেশ কি চাও আহক আমাৰ গোলাঘাটৰ সাংবাদিক কৃষ্ণাক্ষী বৰাৰ এক প্ৰতিবেদন ৷ বতৰৰ ঋতু অনুযায়ী দুই ৰংৰ অপৰাজিতা আৰু নিয়ৰসনা শেৱালীৰ সুবাস ; নৈৰ পৰাৰ মৃদু বতাহত হালিজালি থকা শুকুলা কহুৱাই জাননি দিলে শাৰদীয় দুৰ্গোৎসৱৰ ৷ মা দুৰ্গাৰ পূজাৰ বিষয়ে কিঞ্চিত জানিবলৈ আমি উপস্থিত হৈছিলো অসমৰ এজন বিদগ্ধ সংকৃত পণ্ডিত জীতেন শাস্তিৰ ওচৰত পিছে মত্যত এইবাৰ মৰাত্মক কৰুণা ভাইৰাছে লগালে পয়মাল ৷ অহা২১ অক্টোবৰৰ পঞ্চমীৰপৰা ক্ৰমে ষষ্ঠী ; সপ্তমী; অষ্টমী ; নৱমী আৰু ২৬ অক্টোবৰত দশমীৰে সমাপ্তি ঘটিব ৷ পিছে এইবাৰ কৰুণাকালত পানীত হাহঁ নচৰা অৱস্থা হৈছে মৃত শিল্পী সকলৰ বিশ্বকৰ্মা পূজাত অতি আশাৰে নিৰ্মাণ কৰা মূৰ্ত্তি কেইটাও বিক্ৰী নহল তেওলোকৰ ৷ এইবাৰো দুৰ্গাপূজাত লাগিছে পয়মাল এইজন ৯৬ বছৰীয়া ককা প্ৰভাত চন্দ্ৰ পাল ৷ তেওৰ আৰু কৰ্মচাৰীৰ মুখেৰেই প্ৰকাশ পাইছে মৃত শিল্পীৰ দুৰ্দশা আন এক অধ্যায় ৷ ::: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷ ১০ অক্টোবৰ ৷
10 October, 2020
পঞ্জিকামতে এইবাৰ কাতিমাহৰ একতাৰিখ অৰ্থাৎ নৱৰাত্ৰি দিনাৰ পৰাই আৰম্ভণি হৈছে শক্তি আৰাধ্যা দেৱী দুৰ্গা পুজা ৷ এইবাৰৰ পৰিবেশ কি চাও আহক আমাৰ গোলাঘাটৰ
সাংবাদিক কৃষ্ণাক্ষী বৰাৰ এক প্ৰতিবেদন ৷
বতৰৰ ঋতু অনুযায়ী দুই ৰংৰ অপৰাজিতা আৰু নিয়ৰসনা শেৱালীৰ
সুবাস ; নৈৰ পৰাৰ মৃদু বতাহত হালিজালি থকা শুকুলা কহুৱাই জাননি দিলে শাৰদীয় দুৰ্গোৎসৱৰ ৷ মা দুৰ্গাৰ পূজাৰ বিষয়ে কিঞ্চিত জানিবলৈ আমি উপস্থিত হৈছিলো অসমৰ এজন বিদগ্ধ সংকৃত পণ্ডিত জীতেন শাস্তিৰ ওচৰত
পিছে মত্যত এইবাৰ মৰাত্মক কৰুণা ভাইৰাছে লগালে পয়মাল ৷ অহা২১ অক্টোবৰৰ পঞ্চমীৰপৰা
ক্ৰমে ষষ্ঠী ; সপ্তমী; অষ্টমী ; নৱমী আৰু ২৬ অক্টোবৰত দশমীৰে সমাপ্তি ঘটিব ৷ পিছে এইবাৰ কৰুণাকালত পানীত হাহঁ নচৰা অৱস্থা হৈছে মৃত শিল্পী সকলৰ বিশ্বকৰ্মা পূজাত অতি আশাৰে নিৰ্মাণ কৰা মূৰ্ত্তি কেইটাও বিক্ৰী নহল তেওলোকৰ ৷ এইবাৰো দুৰ্গাপূজাত লাগিছে পয়মাল এইজন ৯৬ বছৰীয়া ককা প্ৰভাত চন্দ্ৰ পাল ৷ তেওৰ আৰু কৰ্মচাৰীৰ মুখেৰেই প্ৰকাশ পাইছে মৃত শিল্পীৰ দুৰ্দশা আন এক অধ্যায় ৷ ::: গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷ ১০ অক্টোবৰ ৷
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...