Tuesday, 29 September 2020
Monday, 28 September 2020
28 September, 2020 যোৱা কালি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পাতকাই দাতি কাষৰীয়া টিপং বৰনামঘৰত দিনযোৰা কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উৎযাপন কৰে। NORTHEAST NEWS INDIA
28 September, 2020
যোৱা কালি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পাতকাই দাতি কাষৰীয়া টিপং বৰনামঘৰত দিনযোৰা কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উৎযাপন কৰে।
NORTHEAST NEWS INDIA
Sunday, 27 September 2020
27 September, 2020 সদৌ অসম সাংবাদিক সংস্থাৰ গোলাঘাট জিলা সমিতি গঠন ৷ সদৌ অসম সাংবাদিক সংস্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিখন দেওবাৰে বোকাখাটৰ সাধনি ভৱনত অনুষ্ঠিত হয় ৷ এই উদ্দেশ্যে সাংবাদিক প্ৰকাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সাংবাদিক দিব্যজ্যোতি হাজৰিকাই ৷ সভাত বিশিষ্টব্যক্তিৰ ভাষণ দিয়ে সদৌ অসম সাংবাদিক সংস্থাৰ সভাপতি পংকজ কুমাৰ নাথ ; উপ সভাপতি ৰাজেশ দত্ত আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ এই সভাতেই প্ৰকাশ শৰ্মাক সভাপতি ; দিব্যজ্যোতি হাজৰিকাক সাধাৰণ সম্পাদক ; পাৰ্থপ্ৰতিম শইকীয়াক সহসম্পাদক হিচাপে লৈ ৩৩ জনীয়া গোলাঘাট জিলা সমিতিখন গঠন কৰা হয় ৷ এই সভাতেই সাংবাদিকৰ কল্যানকামী কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
27 September, 2020
সদৌ অসম সাংবাদিক সংস্থাৰ গোলাঘাট জিলা সমিতি গঠন ৷
সদৌ অসম সাংবাদিক সংস্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিখন দেওবাৰে বোকাখাটৰ সাধনি ভৱনত অনুষ্ঠিত হয় ৷ এই উদ্দেশ্যে সাংবাদিক প্ৰকাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সাংবাদিক দিব্যজ্যোতি হাজৰিকাই ৷ সভাত বিশিষ্টব্যক্তিৰ ভাষণ দিয়ে সদৌ অসম সাংবাদিক সংস্থাৰ সভাপতি পংকজ কুমাৰ নাথ ; উপ সভাপতি ৰাজেশ দত্ত আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ এই সভাতেই প্ৰকাশ শৰ্মাক সভাপতি ; দিব্যজ্যোতি হাজৰিকাক সাধাৰণ সম্পাদক ; পাৰ্থপ্ৰতিম শইকীয়াক সহসম্পাদক হিচাপে লৈ ৩৩ জনীয়া গোলাঘাট জিলা সমিতিখন গঠন কৰা হয় ৷ এই সভাতেই সাংবাদিকৰ কল্যানকামী কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
Saturday, 26 September 2020
26 September, 2020 সদৌ অসম সাংবাদিক সংস্থা (আজু)ই সম্বদ্ধনা জনালে সংবাদ জগতৰ মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক ------------------------------------ গোলাঘাত : ২৬ ছেপ্তেম্বৰ ২০২০ সদৌ অসম সাংবাদিক সংস্থা ; চমুকৈ আজুৰ দ্বাৰা সম্বদ্ধনা জনোৱা হ’ল অসমৰ সংবাদ জগতৰ মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক ৷ এই উদ্দেশ্য আজি বিয়লি সংগঠনটোৰকেন্দ্ৰীয় সাধাৰণ সম্পাদক নকুল তালুকদাৰ ; সাংবাদিক সকল ক্ৰমে ৰত্নেশ্বৰ মৰাং ; দিব্যজ্যোতি হাজৰিকা ; প্ৰকাশ শৰ্মা ; জয়ন্তডেকা ; ত্ৰিদীপ কলিতা ; পপি শইকীয়া ; অসম প্ৰকাশন ভাৰতীৰ সচিৱ ড° বিবেকানন্দ শৰ্মা ; ভাৰত বিকাশ সংগমৰ উত্তৰ পূৰ্বৰ সংযোজক ধন বাহাদুৰ ছেত্ৰী বিয়লি অপূৰ্ব কুমাৰ বৰুৱাৰ গোলাঘাটৰ নতুন আমোলাপট্টিৰ বাসভৱনত উপস্থিত হয় ৷ মত বিনিময়ৰ পিছত সাংবাদিক দিব্যজ্যোতি হাজৰিকাই আতঁধৰা অনুষ্ঠানত অসমৰ সংবাদ জগতলৈ ৮৮ বছৰ বয়সতো বিশেষ অৱদান আগবঢ়াই থকা মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক গামোছা সৰাই আৰু প্ৰসস্তি পত্ৰৰে সন্মানিত কৰে ৷ অনুষ্ঠানত বৰুৱাৰ সহধৰ্মিনীকো সম্বদ্ধনা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানত সাংবাদি ; সমাজসেৱক হিচাপে বৰুৱাই সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে সাংবাদিক প্ৰকাশ শৰ্মা আৰু ড° বিবেকানন্দ শৰ্মাই আলোকপাত কৰে ৷ সদৌ অসম সাংবাদিক সংস্হাৰ সম্পাদক নকুল তালুকদাৰে ভাষন প্ৰসংগত অপূৰ্ব বৰুৱাৰ দৰে বৰ্ষিয়ান তথা অভিজ্ঞ ব্যক্তিক সম্বদ্ধনা জনাবলৈ পাই গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰে ৷ : কল্পনা ফুকনৰ ৰিপ’ৰ্ট NORTHEAST NEWS INDIA
26 September, 2020
সদৌ অসম সাংবাদিক সংস্থা (আজু)ই সম্বদ্ধনা জনালে সংবাদ জগতৰ মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক
------------------------------------ গোলাঘাত : ২৬ ছেপ্তেম্বৰ ২০২০
সদৌ অসম সাংবাদিক সংস্থা ; চমুকৈ আজুৰ দ্বাৰা সম্বদ্ধনা জনোৱা হ’ল অসমৰ সংবাদ জগতৰ মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক ৷ এই উদ্দেশ্য আজি বিয়লি সংগঠনটোৰকেন্দ্ৰীয়
সাধাৰণ সম্পাদক নকুল তালুকদাৰ ; সাংবাদিক সকল ক্ৰমে ৰত্নেশ্বৰ মৰাং ; দিব্যজ্যোতি হাজৰিকা ; প্ৰকাশ শৰ্মা ; জয়ন্তডেকা ; ত্ৰিদীপ কলিতা ; পপি শইকীয়া ; অসম প্ৰকাশন ভাৰতীৰ সচিৱ ড° বিবেকানন্দ শৰ্মা ; ভাৰত বিকাশ সংগমৰ উত্তৰ পূৰ্বৰ সংযোজক ধন বাহাদুৰ ছেত্ৰী বিয়লি অপূৰ্ব কুমাৰ বৰুৱাৰ গোলাঘাটৰ নতুন আমোলাপট্টিৰ বাসভৱনত উপস্থিত হয় ৷ মত বিনিময়ৰ পিছত সাংবাদিক দিব্যজ্যোতি হাজৰিকাই আতঁধৰা অনুষ্ঠানত অসমৰ সংবাদ জগতলৈ ৮৮ বছৰ বয়সতো বিশেষ অৱদান
আগবঢ়াই থকা মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক গামোছা সৰাই আৰু প্ৰসস্তি পত্ৰৰে সন্মানিত কৰে ৷ অনুষ্ঠানত বৰুৱাৰ সহধৰ্মিনীকো সম্বদ্ধনা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানত সাংবাদি ; সমাজসেৱক হিচাপে বৰুৱাই সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে সাংবাদিক প্ৰকাশ শৰ্মা আৰু ড° বিবেকানন্দ শৰ্মাই আলোকপাত কৰে ৷ সদৌ অসম সাংবাদিক সংস্হাৰ সম্পাদক নকুল তালুকদাৰে ভাষন প্ৰসংগত অপূৰ্ব বৰুৱাৰ দৰে বৰ্ষিয়ান তথা অভিজ্ঞ ব্যক্তিক সম্বদ্ধনা জনাবলৈ পাই গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰে ৷ : কল্পনা ফুকনৰ ৰিপ’ৰ্ট
NORTHEAST NEWS INDIA
26 September, 2020 গোলাঘাটত দেওবাৰে বিয়লি শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । গোলাঘাটৰ কাবৰুগাঁৱত সংঘটিত হোৱা দুৰ্ঘটনাটোত দুজন নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুত্বৰ ভাৱে আহত হয় । এখন 407 ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰি পথাৰত বাগৰি পৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। নিহত ব্যক্তি কেইজন হ'ল গাড়ীখনৰ মালিক ছল্লিশ বছৰ বয়সীয়া দিলীপ শইকীয়া, আৰু বিশ বছৰীয়া যুৱক হিতেশ্বৰ শইকীয়া ৷ নিহত দুয়োৰে ঘৰ বনগাৱঁত ৷আনহাতে গুৰুত্বৰ ভাৱে আহত হয় লাচিত দাস আৰু বিপ্লৱ ৰাজবংশী। গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত দুই কৰ্মচাৰী লাচিত দাস আৰু বিপ্লৱ ৰাজবংশীক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA
26 September, 2020
গোলাঘাটত দেওবাৰে বিয়লি শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । গোলাঘাটৰ কাবৰুগাঁৱত সংঘটিত হোৱা দুৰ্ঘটনাটোত দুজন নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুত্বৰ ভাৱে আহত হয় । এখন 407 ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰি পথাৰত বাগৰি পৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। নিহত ব্যক্তি কেইজন হ'ল গাড়ীখনৰ মালিক ছল্লিশ বছৰ বয়সীয়া দিলীপ শইকীয়া, আৰু বিশ বছৰীয়া যুৱক হিতেশ্বৰ শইকীয়া ৷ নিহত দুয়োৰে ঘৰ বনগাৱঁত ৷আনহাতে গুৰুত্বৰ ভাৱে আহত হয় লাচিত দাস আৰু বিপ্লৱ ৰাজবংশী। গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত দুই কৰ্মচাৰী লাচিত দাস আৰু বিপ্লৱ ৰাজবংশীক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন
প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...