Sunday, 23 August 2020

23 August, 2020 প্ৰবিএ ভাদ মাহৰ উপলক্ষে মহাপুৰুষীয়া বাণী ৰে তেৰাক স্মৰণ। সকলো দেশ বাসীৰ মঙ্গলাথে। NORTHEAST NEWS INDIA

 23 August, 2020

প্ৰবিএ ভাদ মাহৰ উপলক্ষে মহাপুৰুষীয়া বাণী ৰে তেৰাক স্মৰণ। 

সকলো দেশ বাসীৰ মঙ্গলাথে।

NORTHEAST NEWS INDIA

Saturday, 22 August 2020

22 August, 2020 শতবছৰ গৰকা ককা খেতেকেশ্বৰ বৰুৱাক জন্মদিনৰ সম্বদ্ধনা জননলে ৰবিশৰ্মা সমম্বয় ফ্ৰেণ্ড ক্লাবে ৯৯ বছৰ সম্পূৰ্ণ কৰি শত বছৰত ভৰি দিয়া গোলাঘাট চান্দমাৰি নিবাসী ককা খেতেকেশ্বৰ বৰুৱাক শনিবাৰে তেখেতৰ শত বছৰীয়া জন্মদিনত ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱ, গোলাঘাট'ৰ সভাপতি প্লাৱন বৰদলৈ'ৰ নেতৃত্বত ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱৰ সদস্যসকল তেখেতৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা, চেলেং চাদৰ, সফুৰা, সম্বৰ্ধনা পত্ৰ, জাপি, ধূতি, গেঞ্জিৰে সম্বৰ্ধনা জ্ঞাপন কৰে । আৰু লগতে ৰবি শৰ্মা সমন্বয় ফেন্ ক্লাৱ, গোলাঘাটৰ সভাপতি, সদস্যসকলে বৰুৱা দেৱৰ সু-স্বাস্থ্যৰ কামনা কৰে । প্ৰকাশ শৰ্মা ৰিপৰ্ট গোলাঘাট ২২আগষ্ট ৷

 22 August, 2020


শতবছৰ গৰকা ককা খেতেকেশ্বৰ বৰুৱাক জন্মদিনৰ সম্বদ্ধনা জননলে ৰবিশৰ্মা সমম্বয় ফ্ৰেণ্ড ক্লাবে



৯৯ বছৰ  সম্পূৰ্ণ  কৰি  শত  বছৰত  ভৰি  দিয়া  গোলাঘাট  চান্দমাৰি  নিবাসী  ককা খেতেকেশ্বৰ  বৰুৱাক শনিবাৰে  তেখেতৰ  শত  বছৰীয়া  জন্মদিনত  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱ, গোলাঘাট'ৰ  সভাপতি  প্লাৱন  বৰদলৈ'ৰ  নেতৃত্বত  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱৰ  সদস্যসকল  তেখেতৰ  বাসগৃহত  উপস্থিত  হৈ  ফুলাম  গামোচা, চেলেং  চাদৰ, সফুৰা, সম্বৰ্ধনা  পত্ৰ, জাপি, ধূতি, গেঞ্জিৰে  সম্বৰ্ধনা  জ্ঞাপন  কৰে । আৰু  লগতে  ৰবি  শৰ্মা  সমন্বয়  ফেন্  ক্লাৱ, গোলাঘাটৰ  সভাপতি, সদস্যসকলে  বৰুৱা  দেৱৰ  সু-স্বাস্থ্যৰ  কামনা  কৰে । প্ৰকাশ শৰ্মা ৰিপৰ্ট গোলাঘাট ২২আগষ্ট ৷

22 August, 2020গণেশ চতুর্থী উপলক্ষে সকলো দেশ বাসিৰ মঙ্গল কামনা। শুভেচ্ছা জ্ঞাপন জনালো। NORTHEAST NEWS INDIA

22 August, 2020

গণেশ চতুর্থী উপলক্ষে সকলো দেশ বাসিৰ মঙ্গল কামনা। শুভেচ্ছা জ্ঞাপন জনালো। 
NORTHEAST NEWS INDIA

Friday, 21 August 2020

21 August, 2020 V/O গোলাঘাটৰ বিধানসভা সমষ্টিৰ অধীনৰ এটা গাও পঞ্চায়ত ৷ পঞ্চায়তটোৰ কায্যালয়ত শুক্ৰবাৰে এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হয় ৷ O/C প্ৰথমে চাওক এখন জাননী ফলক ৷ ইয়াত লিখাহৈছে উৎকোৎ দিয়া আৰু লোৱা সমানেই অপৰাধ ৷ বেঙেনাখোৱা গাও পঞ্চায়ত সভাপতিৰ কক্ষৰ আগত এইষাৰ সতৰ্কবাণী লিখা হৈছে৷ কিন্ত এই কায্যালয়তেই সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ শুক্ৰবাৰে এই পঞ্চায়তত সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে কেইবাগৰাকী জনপ্ৰতিনিধি ৷ কোনোগৰাকীয়ে যদি পথৰ পৰাই বেটাৰী ৰিস্কাত উঠি পলাইছে ; কোনোবাই আকৌ কায্যালয়ৰ ভিতৰৰ পৰাই সুযোগবুজি পলায়ন কৰিছে ৷ আছলতে এই সকল দুনীতি বোকাত লুতুৰী পুতুৰী হোৱা অভিয়ুক্ত জনপ্ৰতিনিধি ৷ এই পঞ্চায়তত সংঘটিত এনৰেগা আঁচনিৰ কেলেংকাৰীৰ অভিয়ুক্ত কৰি সমাজকৰ্মী যুৱকপ্ৰকাশ বৰাই গোলাঘাটৰ আদালতত যোৱা ২৯ জুলাইত ৩৮৬ নম্বৰ ৪০৩/ ৪০৯ ধাৰাৰ এক গোচৰ তৰাৰ পিছত ২৪ গৰাকী ব্যক্তিৰ খাৱন শুৱন নোহোৱা হৈছিল ৷ ইয়াৰে ১৮গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী ;জন প্ৰতিনিধি আৰু ৬গৰাকী এনৰেগা কাৰ্ডধাৰী ৷ কংগ্ৰেছ নেতৃত্বাধীন পঞ্চায়ত খনত সভানেত্ৰী নিৰ্মালী গগৈ আৰু উপসভাপতি আদিত্য বৰাৰ ছত্ৰছায়াত পঞ্চায়তত সংঘটিত হৈছিল ব্যাপক দুনীতি ৷ এই গেংটোত কংগ্ৰেছৰ জন জন প্ৰতিনিধি আৰু বিজেপিৰ দুগৰাকী ৰাইজৰ সেৱক ৰিতুল বৰা আৰু দীপশিখা গগৈ জড়িত আছিল ৷ শাসকীয় ।কংগ্ৰেছ দলৰ কিছূ পদবীধাৰী নেতাৰ সৈতে বিজেপিৰ দুজন ৱাৰ্ড সদস্যৰ ঘনিষ্ঠতা থকাৰ বাবেই দুই বিজেপিৰ সদস্য গ্ৰেপ্তাৰ নোহোৱাত ৰাইজৰ আস্থা হেৰাইছে ৷ গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত গোচৰত দুজন চৰকাৰি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি ২২গৰাকীক মুকলিআকাশৰ তলত নিবিঘ্নে ঘূৰি ফুৰিবলৈ দিয়াত এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে ৷ অভিয়োগকাৰী প্ৰকাশ বৰাই এনেদৰে মন্তব্য কৰাৰ লগতে শুক্ৰবাৰে সাংবাদিকক জানিবলৈ দিয়েযে তদন্তকাৰী বিষয়াক সকলো প্ৰমাণ দিয়াৰ পিছতো আৰক্ষীয়ে নিজেই ন্যায়ধীক্ষৰ ভূমীকা পালন কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে ৷ গোলাঘাট জিলা সত্ৰ ন্যায়াধীষে সভাপতি আৰু খণ্ডউন্নয়ন বিষয়াৰ লগতে আৰু ১০জনৰ জামিন নামাঞ্জুৰ কৰাৰ পিছতো এইসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গোলাঘাট আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ প্ৰতি বেঙেনাখোৱাবাসীৰ সন্দেহ হৈছে ৷ কা আন্দোলনৰ সময়ত গোলাঘাট জিলা সাংবাদিক সন্থাৰ কায্যালয় লণ্ডভণ্ডকৰা আৰু বেঙেনাখোৱা গাও পঞ্চায়তৰ দুনীতিৰ অভিয়ুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গোলাঘাট আৰক্ষীৰ বিফলতা প্ৰকাশ পাইছে বুলি অভিযোগকাৰী প্ৰকাশ বৰাই সংবাদমাধ্যমক জানিবলৈ দিছে ৷ : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ ২১/৮/২০২০

 21 August, 2020


V/O গোলাঘাটৰ বিধানসভা সমষ্টিৰ অধীনৰ এটা গাও পঞ্চায়ত ৷ পঞ্চায়তটোৰ কায্যালয়ত শুক্ৰবাৰে এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হয় ৷ 


O/C 

প্ৰথমে চাওক এখন জাননী ফলক ৷ ইয়াত লিখাহৈছে উৎকোৎ দিয়া আৰু লোৱা সমানেই অপৰাধ ৷ বেঙেনাখোৱা গাও পঞ্চায়ত সভাপতিৰ কক্ষৰ আগত এইষাৰ সতৰ্কবাণী লিখা হৈছে৷ কিন্ত এই কায্যালয়তেই সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ শুক্ৰবাৰে এই পঞ্চায়তত সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে কেইবাগৰাকী জনপ্ৰতিনিধি ৷ কোনোগৰাকীয়ে যদি পথৰ পৰাই বেটাৰী ৰিস্কাত উঠি পলাইছে ; কোনোবাই আকৌ কায্যালয়ৰ ভিতৰৰ পৰাই সুযোগবুজি পলায়ন কৰিছে ৷ আছলতে এই সকল দুনীতি বোকাত লুতুৰী পুতুৰী হোৱা অভিয়ুক্ত জনপ্ৰতিনিধি ৷ এই পঞ্চায়তত সংঘটিত এনৰেগা আঁচনিৰ কেলেংকাৰীৰ অভিয়ুক্ত কৰি সমাজকৰ্মী যুৱকপ্ৰকাশ বৰাই  গোলাঘাটৰ আদালতত যোৱা ২৯ জুলাইত ৩৮৬ নম্বৰ ৪০৩/ ৪০৯ ধাৰাৰ এক গোচৰ তৰাৰ পিছত ২৪ গৰাকী ব্যক্তিৰ খাৱন শুৱন নোহোৱা হৈছিল ৷ ইয়াৰে ১৮গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী ;জন প্ৰতিনিধি আৰু ৬গৰাকী এনৰেগা কাৰ্ডধাৰী ৷ কংগ্ৰেছ নেতৃত্বাধীন পঞ্চায়ত খনত সভানেত্ৰী নিৰ্মালী গগৈ আৰু উপসভাপতি আদিত্য বৰাৰ ছত্ৰছায়াত পঞ্চায়তত সংঘটিত হৈছিল ব্যাপক দুনীতি ৷ এই গেংটোত কংগ্ৰেছৰ জন জন প্ৰতিনিধি আৰু বিজেপিৰ দুগৰাকী

 ৰাইজৰ সেৱক ৰিতুল বৰা আৰু দীপশিখা গগৈ জড়িত আছিল ৷ শাসকীয় ।কংগ্ৰেছ দলৰ কিছূ

 পদবীধাৰী নেতাৰ সৈতে বিজেপিৰ দুজন ৱাৰ্ড সদস্যৰ ঘনিষ্ঠতা থকাৰ বাবেই দুই বিজেপিৰ সদস্য গ্ৰেপ্তাৰ নোহোৱাত ৰাইজৰ আস্থা হেৰাইছে ৷ গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত গোচৰত দুজন চৰকাৰি কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি ২২গৰাকীক মুকলিআকাশৰ তলত নিবিঘ্নে  ঘূৰি ফুৰিবলৈ দিয়াত এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে ৷  অভিয়োগকাৰী প্ৰকাশ বৰাই এনেদৰে মন্তব্য কৰাৰ লগতে শুক্ৰবাৰে সাংবাদিকক জানিবলৈ দিয়েযে তদন্তকাৰী বিষয়াক সকলো প্ৰমাণ দিয়াৰ পিছতো আৰক্ষীয়ে নিজেই ন্যায়ধীক্ষৰ ভূমীকা পালন কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে ৷ গোলাঘাট জিলা সত্ৰ ন্যায়াধীষে সভাপতি আৰু খণ্ডউন্নয়ন বিষয়াৰ লগতে আৰু ১০জনৰ জামিন নামাঞ্জুৰ কৰাৰ পিছতো এইসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গোলাঘাট আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ প্ৰতি বেঙেনাখোৱাবাসীৰ সন্দেহ হৈছে ৷ কা আন্দোলনৰ সময়ত গোলাঘাট জিলা সাংবাদিক সন্থাৰ কায্যালয় লণ্ডভণ্ডকৰা  আৰু বেঙেনাখোৱা গাও পঞ্চায়তৰ দুনীতিৰ অভিয়ুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো গোলাঘাট আৰক্ষীৰ বিফলতা প্ৰকাশ পাইছে বুলি অভিযোগকাৰী প্ৰকাশ বৰাই সংবাদমাধ্যমক জানিবলৈ দিছে ৷  : প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷ ২১/৮/২০২০

21 August, 2020#Covid19 #Assam and actions taken as on 20/08/2020.

21 August, 2020

#Covid19 #Assam and actions taken as on 20/08/2020.

Thursday, 20 August 2020

20 August, 2020জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰযাকেৰি নাহিকে উপাম।তোহাৰি চৰণে ৰেণু শত কোটিবাৰেক কৰোহোঁ প্ৰণাম।।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবিএ দিনত গুৰুজনাৰ শ্ৰীচৰণত ভক্তিভৰা প্রণিপাত ।NORTHEAST NEWS INDIA

20 August, 2020

জয় গুৰু শংকৰ 
সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম।
তোহাৰি চৰণে 
ৰেণু শত কোটি
বাৰেক কৰোহোঁ প্ৰণাম।।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবিএ দিনত গুৰুজনাৰ শ্ৰীচৰণত ভক্তিভৰা প্রণিপাত ।
NORTHEAST NEWS INDIA

20 August, 2020উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰীসকলৰ মাজত 'প্ৰজ্ঞান ভাৰতী' আঁচনিৰ অধীনত স্কুটী বিতৰণৰ বাবে তথ্য সংগ্ৰহ আৰু স্কুটী বাছনি কৰিবলৈ অনলাইনযোগে আবেদন বিচৰা হৈছে। অনলাইনৰ জৰিয়তে আবেদন কৰিবলৈ বা অধিক জানিবলৈ ক্লিক কৰক- http://pragyanbharati.sebaonline.org/login.php

20 August, 2020

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰীসকলৰ মাজত 'প্ৰজ্ঞান ভাৰতী' আঁচনিৰ অধীনত  স্কুটী বিতৰণৰ বাবে তথ্য সংগ্ৰহ আৰু স্কুটী বাছনি কৰিবলৈ অনলাইনযোগে আবেদন বিচৰা হৈছে। অনলাইনৰ জৰিয়তে আবেদন কৰিবলৈ বা অধিক জানিবলৈ ক্লিক কৰক- http://pragyanbharati.sebaonline.org/login.php

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।