Tuesday, 28 July 2020
Monday, 27 July 2020
27 July, 2020 নগাঁও পৌৰসভাৰ অন্তৰ্গত ২৬ নং মহলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল)ৰ দ্বিতীয় পৰ্যায়ৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে। আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে এই আঁচনিৰ অধীনত ৰাজ্যখনৰ বিভিন্ন চহৰত বাস কৰা দুখীয়া পৰিয়ালৰ বাবে ২৫ হাজাৰ গৃহ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। আজিৰে পৰা আৰম্ভ হোৱা আধাৰশিলা তথা গৃহ নিৰ্মাণৰ শুভাৰম্ভণি কাৰ্য এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব। ৭৪৯.৫২ কোটি টকা ব্যয়েৰে এই ২৫ হাজাৰ গৃহ নিৰ্মাণৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰথম কিস্তিত ৮০ হাজাৰ টকাকৈ ৰাজ সাহায্যযুক্ত আৰ্থিক অনুদান আগবঢ়াব। আনহাতে পৰৱৰ্তী পৰ্যায়ত বাকী কিস্তিসমূহ প্ৰদান কৰিব। আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল মাননীয় জলসম্পদ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, নগৰ উন্নয়ন বিভাগৰ মাননীয় ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাৰ লগতে বহু বিশিষ্ট ব্যক্তি।
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...

























