Monday, 22 June 2020
22 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যৰে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত 'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশতন্ত্ৰ ব্যৱস্থাপনা প্ৰকল্প'ৰ শুভ উদ্বোধন কৰে আৰু ইয়াৰ অধীনত নগাঁও, গোলাঘাট, বিশ্বনাথ জিলাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিসমূহৰ মাজত আনুষ্ঠানিকভাৱে পুঁজি বিতৰণ কৰে। ২৪.৫৬ কোটি টকাৰে ৰূপায়ণ হ'বলগীয়া এই অভিলাষী প্ৰকল্পৰ জৰিয়তে জল সংৰক্ষণ, মীনপালন আৰু জৈৱিক খেতিৰ ক্ষেত্ৰত উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰদ্বাৰা স্থানীয় ৰাইজে মীনপালন, জৈৱিক খেতি আদিৰে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। তদুপৰি, কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব।
Sunday, 21 June 2020
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...



























