Friday, 19 June 2020
19 Jun, 2020 ডিব্ৰুগড় জিলাৰ শ্ৰীশ্ৰী আউনীআটী শাখাসত্ৰৰ প্ৰেক্ষাগৃহত ২০ জুন তাৰিখে বিষ্ণুৰাভা দিৱস উদযাপনৰ দিহা কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত, উক্ত অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী শ্ৰী কন্দৰ্প নাথ শৰ্মা আৰু বিশিষ্টা নাট্যশিল্পী শ্ৰীমতী ঝৰ্ণা শইকীয়াক ২০২০ বর্ষৰ সন্মানীয় বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মাননীয় শ্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলে আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণ।
Thursday, 18 June 2020
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...










