Tuesday, 19 May 2020
Monday, 18 May 2020
18 May, 2020
অসমলৈ উভতি অহা বহি:ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিক সকলক কৰ্মসংস্থাপন প্ৰদান কৰা সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ ৰাজ্যৰ উদ্যোগ বিভাগৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থকা এই বৈঠকত প্ৰব্ৰজিত শ্ৰমিকসকলৰ সংস্থাপনৰ হকে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ দক্ষতা উন্নয়ন, উদ্যোগকে ধৰি অসম চৰকাৰৰ বিভাগসমূহক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে ৷

Subscribe to:
Comments (Atom)
জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব।
জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ মৃত্যু হ'ব নোৱাৰে। আৰু আমাৰ নতুন প্ৰজন্ম সকলোৱে জুবিন দাৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগিব ভ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...